fbpx

ভাৰতীয় গণতন্ত্ৰ আৰু নিৰ্বাচন

Read More

সাধুকথা, পুতলা নাচ আৰু শিশু নাটৰ বৰণীয়া কাৰ্য্যসূচী আয়োজন অন্তৰংগৰ

Read More

ইনকিলাব জিন্দাবাদ আৰু ভগৎ সিং

Read More

নিৰ্বাচন আৰু কিছু বিক্ষিপ্ত চিন্তা

Read More

পাই মানে ২২/৭ নহয়

Read More

শেহতীয়া লেখাসমূহ

কোৱা ফাঁকুৱা!                                                                                                            …

162
Share

ভাৰতীয় নাৰীবাদৰ সূতাডাল পশ্চিমীয়া নাৰীবাদৰ সূতাডালৰ এক বর্ধিত ৰূপ। ভাৰতীয় নাৰীবাদৰ এটা নিজা চৰিত্ৰ আজিও গঢ় লৈ নুঠিল। ইউৰােপীয় আৰু আমেৰিকান নাৰীবাদৰে এক প্ৰসাৰিত ৰূপ হিচাপে ভাৰতীয় নাৰীবাদ মূল ভাৰতীয়  সুঁতিটোৰ পৰা নিলগতে ৰৈ গ’ল।  সেয়ে ‘মি টু’ৰ দৰে সম্ভ্রান্ত নাৰীবাদী আন্দোলন এটাই চচিয়েল মিডিয়া অথবা টেলিভিছনৰ পৰ্দাত এক ধুমুহাৰ সৃষ্টি কৰে আৰু একে সময়তে …

365
Share

দেশত হঠাতে চকীদাৰৰ সংখ্যা অভাৱনীয়ভাৱে বাঢ়ি গ’ল৷ এটা ৰাতিৰ ভিতৰতে অবিশ্বাস্যভাবে বাঢ়ি যোৱা চকীদাৰৰ সংখ্যাই দেশত একধৰণৰ তুমূল জোকাৰণিৰ সৃষ্টি কৰি পেলালে৷ এতিয়া কিছুমান মানুহৰ নামৰ আগত লাগি গ’ল চকীদাৰ উপাধি৷ যেনে ধৰক চকীদাৰ চৰন দাস৷ চকীদাৰ নৰেন্দ্ৰ মোডী চকীদাৰ অমিত শ্বাহ চকীদাৰ হিমন্ত বিশ্ব শৰ্মা চকীদাৰ বাতিৰাম চকীদাৰ ঘটিৰাম চকীদাৰ কেঁহোৰাম এইবোৰ আচলতে কি …

205
Share

আমাৰ দেশখনত ধৰ্মীয় উন্মাদনা কিমান বাঢ়িছে, তাৰ কিছু আভাস আজিকালি ছ’চিয়েল মিডিয়াত পোৱা যায়। ধৰ্মৰ ভাল কথাবোৰ যিমান প্ৰচাৰ কৰা হয়, তাতকৈ বহুত বেছি প্ৰচাৰ হৈ আছে আন ধৰ্মৰ প্ৰতি ঘৃণা বা সাম্প্ৰদায়িকতা। এইবোৰত ডুবি থকা মানুহে সমাজৰ মূল সমস্যাবোৰ পাহৰি থাকে। এনেকি আধুনিক আৰু যুক্তিবাদী চিন্তা চৰ্চাৰ পৰাও নিজক আঁতৰাই ৰাখে। কিছুমানে পূণ্যৰ বাবে, …

180
Share

গুৰু দ্ৰোণাচাৰ্য্যই একলব্যৰ আঙুলিটো দক্ষিণাত লোৱাৰ দিনা হাইড্ৰ’জেন্‌ ছাল্‌ফাইড্‌ ৰ গোন্ধ এটা বতাহত ভাঁহি আছিল। পৰশুৰামৰ টোলত জাতি সংৰক্ষণ থকাৰ বাবে অসৎ প্ৰমাণপত্ৰৰে ব্ৰাহ্মণ হৈ পৰা কৰ্ণ আৰু প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ আশাত এছ. টি. অৰ্থাৎ অনুসূচীত জনজাতিৰ প্ৰমাণ পত্ৰ উলিওৱা হাজৰিকাৰ ঘৰৰ সাধাৰণ শ্ৰেণীৰ ল’ৰাটোৰ দোদুল্যমান মানসিক অৱস্থা একেই। কুৰুক্ষেত্ৰৰ ৰণত কৰ্ণৰ ৰথৰ চকা ধৰাত …

320
Share

নিক্ষেপ!                                                                                                               …

157
Share

গণিত বিজ্ঞানৰ ইতিহাসত পোন প্ৰথমবাৰলৈ এবেল পুৰস্কাৰেৰে সন্মানিত হ’ল এগৰাকী মহিলা – নাম কৰেণ কেছকুলা যুলেনবেক। আজি সন্ধিয়া ‘নৰৱেইয়ান একাডেমী অৱ চাইঞ্চ এণ্ড লেটাৰছ‘ৰ পৰা কৰা এক ঘোষণাত  ৭০ৰো উৰ্ধৰ আমেৰিকান গণিতজ্ঞগৰাকীলৈ  এই বছৰৰ গণিতবিজ্ঞানৰ নোবেল ৰূপে জনাজাত এই পুৰস্কাৰ আগবঢ়োৱাৰ কথা  ঘোষণা কৰা হয়। গণিতবিজ্ঞানৰ সামগ্ৰিক জগতখনলৈ বিপ্লৱৰ সূচনা কৰা তেওঁৰ ‘জ্যামিতিক বিশ্লেষণ তথা …

213
Share

সাম্প্ৰতিক সময়ত সাধাৰণ জনতাৰ সমস্যা সৃষ্টিৰ মূল কাৰণ হ’ল অৰ্থনীতি। ঘৰুৱা অশান্তিৰ পৰা আৰম্ভ কৰি কিছুমান জঘন্য সামাজিক কাণ্ডও অৰ্থৰ অভাৱতেই সংঘটিত হয়। তাৰ এটি জ্বলন্ত উদাহৰণ বাল্য বিবাহ। যোৱা কেইদিনমানৰপৰা দেখি আছো আৰ্থিকভাৱে দুৰ্বল কিছুমান মানুহক চৰকাৰে খেতিৰ নামত দুহেজাৰকৈ টকা, কিছুমানক টিনপাত, আন কিছুমানক চাৰিটাকৈ বাল্ব দিছে। এইখিনিৰে এটা পৰিয়ালে কিমানখিনি সকাহ পাব সেয়া …

216
Share

 গ্লাইফোচেট – এবিধ জনপ্রিয় অপতৃণনাশক গ্লাইফোচেট এবিধ বিজ্ঞানাগাৰত সংশ্লেষণ কৰা ৰাসায়নিক পদাৰ্থ। ১৯৫০ চনত হেনৰি মাৰ্টিন নামৰ বিজ্ঞানী এজনে পোন প্রথমতে গ্লাইফোচেট নামৰ ৰাসায়নিক পদাৰ্থটো আৱিষ্কাৰ কৰে যদিও, আমেৰিকাৰ মনছাণ্ট’ কোম্পানীত কৰ্মৰত জন ফ্রেঞ্জ নামৰ বিজ্ঞানীজনে নিজাববীয়াকৈ পৰীক্ষা কৰা দুটা ৰাসায়নিক পদাৰ্থৰ আনুসংগিক ৰূপ সংশ্লেষিত কৰাৰ পাছত গ্লাইফোচেট নামৰ পদাৰ্থটোৰ অপতৃণনাশক গুণ আৱিষ্কাৰ কৰে। মনছাণ্ট’ …

224
Share

চ’তে ৰঙে বসন্ত!                                                                                                           …

180
Share

  যোৱা কিছুদিনৰ পৰা আমাৰ দৈনন্দিন সময়খিনিক এক শ্বাসৰূদ্ধকাৰী হিচাপে ঘোষণা কৰাৰ প্ৰচেষ্টা এটা চলাই থকা হৈছে।কথাতে কয় বোলে শত্ৰুৱেও সেই শিক্ষা নাপাওক, যি শিক্ষা পাকিস্তানে পাওক। শত্ৰুতাৰ যদি চৰম উদাহৰণ দিবলৈ হয়, সেয়া ভাৰত-পাকিস্তান। চিৰবৈৰী পাকিস্তান।এখোপ আগুৱাই গৈ কোনো-কোনোৰ মতে পাকিস্তান মানে মুছলমান আৰু মুছলমানেই শত্ৰু। এই সাম্প্ৰদায়িক চৰকাৰৰ দিনত এই বাৰ্তা বিয়পি যোৱাটো …

346
Share

     সৰল সচেষ্ট!                                                                                                         …

159
Share

MENU

Back