Posts in category

অন্য পথ অন্য পঠন


চুনীহঁতৰ সপোন

Read More

‘কপ্তান চাব৷ আপ কিচি অউৰ চে বলিং কৰৱা লিজিয়ে৷’

Read More

ৰাজীৱ বাগ্গা-ইকবালৰ সঁচা কাহিনী 

Read More

আগকথা– প্ৰথমতেই কৈ থওঁ, এই লেখাটোৰ তথ্যবোৰহে সংগ্ৰহ কৰা৷ বাকী চৰিত্ৰবোৰৰ মাজত হোৱা কথা বাৰ্তাবোৰত কল্পনাৰ ৰহণ সনা হৈছে৷ অফিচৰ কামত প্ৰায়েই কলকতালৈ গৈ থকা হয়৷ কলকতা মানেই কলেজ ষ্ট্ৰীট্৷ গ’লেই স্বপনদাৰ দোকানত এপাক মৰা হয়৷ খেলৰ বিষয়ে কিবা বিশেষ কিতাপ পালেই স্বপনদাই মোৰ বাবে ৰাখি থয়৷ তেঁৱেই এদিন চিনাকী কৰাই দিছিল বিমোচন দা  আৰু …

199

বহুদিন আগৰ কথা৷ মহাত্মা গান্ধী তেতিয়াও জীয়াই আছে৷ কথা চলিছিল পেন্টাঙ্গুলাৰ  ক্ৰিকেট্ টুৰ্নামেন্ট এখন অনুষ্ঠিত হ’ব৷ মুঠ পাঁচটা দল। পাৰ্চী , হিন্দু , মুছলিম , ইউৰোপীয়ান আৰু অৱশিষ্ট ভাৰত৷ এই খবৰে গান্ধীজীক বিচলিত কৰিলে৷ চাৰিওফালে বিষাক্ত সাম্প্ৰদায়িক পৰিবেশ, তাৰ মাজতে এনেধৰণৰ দলৰ মাজত টুৰ্নামেন্ট৷ কি হ’ব পৰিস্থিতি! কৰ্মকৰ্তাসকলে তেওঁক আশ্বস্ত কৰিলে। খেল কেৱল পথাৰতেই হ’ব৷ …

247

‘হায়দৰাবাদ ব্লুজ’!! তেতিয়াই প্ৰথম শুনিছিলো নাগেশ কুকুন’ৰৰ নাম৷ তেতিয়াৰ হিন্দী চিনেমাৰ ট্ৰেণ্ডৰ মাজত এইখন যেন অলপ বেলেগ কিবা চালোঁ৷ ৰৈ থাকিলো তেখেতৰ পৰৱৰ্তী চিনেমাখনলৈ৷ এইবাৰ আহিল ‘ৰকফ’ৰ্ড’, সেই বয়সত মোৰ মন মগজু হিলাই দিয়া এখন চিনেমা৷ ‘দ’ৰ’, ‘আশায়ে’, ‘লচমী’, ‘ধনক’… নাগেশ কুকুন’ৰৰ চিনেমাৰ ফেন হৈ পৰিলো৷ সৰুৰেপৰা ক্ৰিকেট বলিয়া আছিলো৷ গতিকেই তেখেতৰ ‘ইকবাল’খন নিৰ্মাণ কৰি …

188