Posts in category
আছুতীয়া
আলফাও গণতন্ত্রত বিশ্বাসী : পৰেশ বৰুৱা
আলফাও গণতন্ত্ৰৰ বিৰোধী নহয়। আমিও গণতন্ত্রত বিশ্বাসী। কিন্তু সঁচা গণতন্ত্রত। ভাৰতীয় ভুৱা গণতন্ত্র বা এই ভুৱা গণতন্ত্ৰৰ দ্বাৰা পৰিচালিত সংসদীয় নির্বাচনী প্রক্রিয়াটোৰ প্ৰতি আমি কোনোপধ্যে লালায়িত নহয়। এই ভুৱা গণতন্ত্ৰত অসমীয়া মানুহে হামৰাও কাঢ়িব লাগিব। তাৰ বাদে আন কোনো আশা নাই। ভাৰতত যদি সঁচা গণতন্ত্র থাকিলহেঁতেন, তেন্তে আমি অসমৰ স্বাধীনতাৰ বাবে সংগ্রাম কৰিবলগীয়া …