Posts in category

আলোকপাত


দেশপ্ৰেম বনাম দেশদ্ৰোহ

Read More

ভাৰতীয় সংবিধানে ভাৰতৰ নাগৰিকসকলক কিছুমান মৌলিক অধিকাৰ দিছে, যিবিলাকৰ ওপৰত ৰাষ্ট্ৰযন্ত্ৰই সাধাৰণ অৱস্থাত হস্তক্ষেপ কৰিব নোৱাৰে।সংবিধানে ভাৰতৰ নাগৰিকসকলৰ বাবে অৱশ্য পালনীয় কিছুমান মৌলিক কৰ্তব্যও নিৰ্ধাৰণ কৰি দিছে। ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা তথা ৰাষ্ট্ৰীয় সংগীতক সন্মান প্ৰদৰ্শন কৰা, শান্তি-শৃংখলা-ভাতৃত্ববোধ বৰ্তাই ৰখা, প্ৰয়োজনত দেশৰ বাবে নিজকে উচৰ্গা কৰা-আদি আমাৰ মৌলিক কৰ্তব্য। স্বাধীন আৰু সুসভ্য জীৱনবোধ এটা গঢ়ি তুলিবলৈ …

বয়সৰ জোখাৰে প্ৰায় ৬৫ বছৰ। গীতটিৰ বয়স। বিগত ৬৫ টা বছৰে সি এতিয়াও আমাক দূৰণিৰ ডাকোৱাল জনৰ খবৰ জনাই আছে, বুকু জুৰ পেলাই আছে, চকু সেমেকাই আছে। এতিয়াও জেউতিৰ পদূলিলৈ বাট চোৱা আকুল চাৱনিয়ে আমাক বিন্ধি আছে, জুনুকা আনিবলৈ বেগতে দেউতাকক ঘৰলৈ আহিবলৈ আব্দাৰ ধৰা পোনাৰ থুনুক-থানাক মাতটিয়ে এতিয়াও পৰিয়ালৰ পৰা দূৰত থকা মানুহবোৰক নিচুকাই …