Posts in category

এৰা বাটৰ সুৰ


জুইশাল

Read More

শিশুৰ মন ফুলৰ পাহিৰ দৰে কোমল আৰু নিষ্পাপ৷ শিশু এটিৰ মনোজগত শিশুটিয়ে লাভ কৰা চৌপাশৰ পৰিৱেশৰৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠে৷ সেয়ে শিশু এটিৰ শাৰীৰিক আৰু মানসিক বিকাশৰ ক্ষেত্ৰত আমি খুবেই সচেতন হোৱা উচিত৷ প্ৰতিটো শিশুৱে সমাজ তথা দেশৰ ভৱিষ্যত৷ সমাজ তথা দেশক সুস্থ আৰু সবল কৰি ৰাখিবলৈ হ’লে, আমি শিশুৰ শাৰীৰিক আৰু মানসিক …

কথাবোৰ এতিয়াও সাধু এটাৰ দৰে শুই আছে বুকুত৷ আমাৰ প্ৰাথমিক বিদ্যালয়খনৰ সন্মুখৰ পুখুৰীটোৰ পাৰত আছিল পুথিভঁৰালটো৷ দুইখন গাঁও মানে আমাৰ পুৰণি গাঁওখন আৰু পূৱত থকা কাষৰীয়া গাঁওখনৰ সমূহীয়া পুথিভঁৰাল আছিল সেই পুথিভঁৰালটো৷ দুইখন গাঁওৰ যুৱচামে সমূহীয়া ভাৱে পুথিভঁৰালৰ দায়িত্ব পালন কৰা দেখিছিলোঁ৷ আমি তেতিয়া সৰু৷ আমাৰ মনত আছে, দুইখন গাঁওৰ ডেকা-বুঢ়া মিলি ব’হাগ বিহুত ঘৰে …

                                   “তাঁতৰ গৰকা চলিমাৰি জখলা/দোৰপতিৰ শুৱলা/                                   মাতে উঘা চেৰেকী/চিৰিশলি নাচনী/বৈ দিয়া টোলোঠা মেৰাই/                   …

পথাৰ…য’ত কৃষকৰ কপালৰ ঘাম পৰি সোণগুটি হয়৷ ই গ্ৰাম্য জীৱনৰ কৃষ্টিৰ আধাৰ৷ গাঁৱৰ অধিকাংশ লোকৰ জীৱন নিৰ্ভৰ কৰে পথাৰৰ ওপৰত৷ পথাৰৰ অবিহনে গ্ৰাম্য জীৱনৰ কোনো অস্তিত্ব নাই৷ সভ্যতাৰ আৰম্ভণিৰ পৰা বৰ্তমানলৈকে পথাৰক কেন্দ্ৰ কৰি চলি আহিছে চহা জীৱন৷ পথাৰ মানেই প্ৰতিটো চহা পৰিয়ালৰ জীৱন সংগীত৷ কবিৰ ভাষাত ক’বলৈ গ’লে- ‘তুমি প্ৰাণময়, মোহময় জীৱন মালিকা৷ পথাৰ …

জুইশাল..মানৱ সমাজৰ এক অনন্য দলিল। যাক কেন্দ্ৰ কৰি গঢ় লৈ উঠে একোখন ঘৰ। ঘৰখন সমৃদ্ধিশালী হওক নতুবা নিচলা পঁজাই হওক-তাৰ কেন্দ্ৰবিন্দু জুইশাল। জুইশালৰ পাগতেই গঢ় লৈ উঠে জীৱনে। ৰজাৰ পৰা দাল-দৰিদ্রলৈকে জুইশালে কাহিনী কয়। জুইশালৰ অগ্নিশিখাত জ্বলি থাকে একো একোটা জীৱন্ত কাহিনী। কোনোবাখন জুইশালত প্ৰজ্বলিত হয় ৰাজন্যবর্গৰ ভোগালী জীৱন। কোনোবাখন জুইশাল সাক্ষী হৈ ৰয় নিয়মিত …