Posts in category

কৃষি বিজ্ঞান


গ্লাইফোচেট অপতৃণনাশক  আৰু  কেঞ্চাৰ বিতৰ্ক – এক অৱলোকন

Read More

জৈৱিক কৃষিৰ ছবিখন

Read More

 গ্লাইফোচেট – এবিধ জনপ্রিয় অপতৃণনাশক গ্লাইফোচেট এবিধ বিজ্ঞানাগাৰত সংশ্লেষণ কৰা ৰাসায়নিক পদাৰ্থ। ১৯৫০ চনত হেনৰি মাৰ্টিন নামৰ বিজ্ঞানী এজনে পোন প্রথমতে গ্লাইফোচেট নামৰ ৰাসায়নিক পদাৰ্থটো আৱিষ্কাৰ কৰে যদিও, আমেৰিকাৰ মনছাণ্ট’ কোম্পানীত কৰ্মৰত জন ফ্রেঞ্জ নামৰ বিজ্ঞানীজনে নিজাববীয়াকৈ পৰীক্ষা কৰা দুটা ৰাসায়নিক পদাৰ্থৰ আনুসংগিক ৰূপ সংশ্লেষিত কৰাৰ পাছত গ্লাইফোচেট নামৰ পদাৰ্থটোৰ অপতৃণনাশক গুণ আৱিষ্কাৰ কৰে। মনছাণ্ট’ …

২০০৩চনত ফিলিপাইন্সৰ আন্তঃৰাষ্ট্রীয় ধান গৱেষণা প্রতিষ্ঠানৰ তৰফৰপৰা অসম কৃষি বিশ্ববিদ্যালয়ৰ পতংগতত্ব বিভাগৰ সৌজন্যত সমন্বিত কীট নিৱাৰণ কৰ্মশালা এখন অনুষ্ঠিত হৈছিল। আন্তঃৰাষ্ট্রীয় ধান গৱেষণা প্রতিষ্ঠানৰ ড০ জেহিৰুল ইছলাম নামৰ পতংগতত্ববিদজনে সমন্বিত কীট নিৱাৰণৰ বিভিন্ন পদ্ধতিবোৰৰ বিষয়ে আলোচনা আগবঢ়াইছিল। প্রতিটো উপস্থাপনৰ প্রস্তাবনাতেই তেখেতে সহজ-সৰলকৈ ৰাসায়নিক পদাৰ্থৰ ভয়াবহতা সম্বন্ধে আলকপাত কৰাৰ উপৰি ৭০ দশকৰ সেউজ বিপ্লৱৰ এন্ধাৰ দিশবোৰৰ কথাও …