Posts in category
খাৰখোৱাৰ মৈলাম

কাহিনীৰ আঁৰৰ কাহিনী
চিন্তা এক অসমৰ গাঁও অঞ্চলত প্ৰায় প্ৰতিঘৰ মানুহৰ বাৰীতেই খেতি হিচাবে নকৰা কিন্তু প্ৰকৃতিয়ে নিজেই দিয়া আৰু আমাৰ সাৰুৱা মাটিয়ে আলপৈচান ধৰি ডাঙৰ কৰা আৰু ফলৰ ভৰত দোঁ খাই থকা বহু ফল-মূলৰ গছ আছে। পিছে এই ফল-মূলৰ ব্যৱহাৰ ঘৰত দুবটল আচাৰ বনোৱা, চুবুৰীয়াক বিলাই দিয়া আদিতেই সীমিত। কেতিয়াবা তাৰ দুই-এটাই বজাৰ দেখিলেও অধিকাংশ ফল-মূল পকি …