Posts in category

জেওৰা


বৰ্তমান সময়ত উচ্চশিক্ষাৰ সংকট

Read More

মানুহৰ বাবে বিজ্ঞান আৰু বিজ্ঞানৰ বাবে মানুহ

Read More

গোস্বামীৰ ছোৱালীজনী, দাসৰ ল’ৰাটো

Read More

গুৰু দ্ৰোণাচাৰ্য্যই একলব্যৰ আঙুলিটো দক্ষিণাত লোৱাৰ দিনা হাইড্ৰ’জেন্‌ ছাল্‌ফাইড্‌ ৰ গোন্ধ এটা বতাহত ভাঁহি আছিল। পৰশুৰামৰ টোলত জাতি সংৰক্ষণ থকাৰ বাবে অসৎ প্ৰমাণপত্ৰৰে ব্ৰাহ্মণ হৈ পৰা কৰ্ণ আৰু প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ আশাত এছ. টি. অৰ্থাৎ অনুসূচীত জনজাতিৰ প্ৰমাণ পত্ৰ উলিওৱা হাজৰিকাৰ ঘৰৰ সাধাৰণ শ্ৰেণীৰ ল’ৰাটোৰ দোদুল্যমান মানসিক অৱস্থা একেই। কুৰুক্ষেত্ৰৰ ৰণত কৰ্ণৰ ৰথৰ চকা ধৰাত …

358

বিজ্ঞানৰ প্ৰয়োগ বিহীন পৃথিৱী এখনৰ কল্পনা কৰকচোন। চৰাইৰ কিচিৰ-মিচিৰ মাত, চৌদিশে সেউজীয়া বিৰিখ , নিৰ্মল নদী, বাঘ-সিংহ-শিয়াল-হৰিণা আৰু দলে-বলে অঘৰী মানুহ। এদিনৰ বাবে এইয়া খুউব ৰোমাঞ্চিত যাত্ৰা হ’ব, যদি বাঘ-সিংহৰ লগত সংঘৰ্ষ নহয়। কাৰণ, যুঁজিবলৈ শিলৰ অস্ত্ৰ তৈয়াৰ কৰাটোও এটা বিজ্ঞান। এতিয়া মানুহে জুই জ্বলাবও নাজানে। খোজ কাঢ়ি ভাগৰিলে ল’বলৈ  চকাৰ ব্যৱহাৰো শিকা নাই। মনত …

587

প্ৰেক্ষাপট -১ : বৈদিক যুগ ভাৰতীয় দৰ্শনে ঈশ্বৰত্ব প্ৰদান কৰা ৰামচন্দ্ৰই “শম্বুক” নামৰ শূদ্ৰ দলিত শ্ৰেণীৰ ব্যক্তিজনক দেৱত্বলৈ উত্থানৰ ইচ্ছা পোষণ কৰি বেদৰ বাণী পঢ়াৰ বাবেই হত্যা কৰিছিল বুলি উল্লেখ। কথাষাৰ বিৰ্তকৰ আবৰ্তত। প্ৰেক্ষাপট -২ :ঊনবিংশ শতিকা দলিত সম্প্ৰদায়ৰ নাৰীসকলৰ নাছিল স্তনক এখনি বস্ত্ৰৰ আৱৰণৰ দ্বাৰা লজ্জা নিবাৰণ কৰাৰ অধিকাৰ, আৰু নাৰীৰ মমতাৰ চিহ্ন স্তন …

567

অসমৰ ৰাজনৈতিক বালিঘড়ীটোত দুটাই পৰ্ব : নিৰ্বাচনৰ আগত অবৈধ বিদেশী বিতাড়ন প্ৰসংগ আৰু নিৰ্বাচনৰ পাছত অবৈধ বিদেশীক ভোট বেংকৰ ৰূপত ব্যৱহাৰ কৰাৰ অভিসন্ধি | বিগত শতিকাৰ আশী দশকৰ পৰা এই দুই দশাই চলি আছে | এক কথাত বাংলাদেশী বিতাড়ন এতিয়া এক ৰঙীণ টুপী যাক পিন্ধিলেই এজন নেতা খিলঞ্জীয়াৰ নায়ক হৈ পৰে। ” মই অসমীয়া ৰাইজৰ সমস্যা …

0 413