Posts in category
দূৰণিৰ চিঠি

ভঙা খিৰিকীৰে ভালুকৰ মুখ
মানুহে তৈয়াৰ কৰা নানা বিধ সামগ্ৰীৰ ভিতৰত কাঁচ সম্ভৱতঃ অন্যতম আকৰ্ষণীয় বস্তুৰ এবিধ। মসৃণ আৰু কাৰুকাৰ্য্য কৰা সুৰাৰ গিলাচেই হওক বা শিল্পসুলভভাৱে গঢ় দিয়া কাঁচৰ ভাস্কৰ্য্য একোটাই হওক, কাঁচ বস্তুটোৱে আমাৰ দৃষ্টি-ইন্দ্ৰিয়ক এক অদ্ভূত সুখানুভূতি দিয়ে। কিন্তু ভঙা কাঁচৰ টুকুৰা বুলি ক’লেই আমাৰ কল্পনাই আমাক পোনে পোনে এটা হিংস্ৰ, অস্বস্তিকৰ পৰিৱেশৰ পিনে লৈ যায়। কাঁচ …