দেশ-কাল

ৰাজনীতিৰ ৰণত পৰিছে ৰৌ-বৰালি
লোকসভা নিৰ্বাচনৰ প্ৰেক্ষাপটত প্ৰথমেই আহোঁ বিজেপিৰ কেইজনমান নেতাৰ কথালৈ; এই কেইজন নেতাই নিজেই স্বীকাৰ কৰি লৈছে যে তেওঁলোকে ৰাজনীতিৰ পৰা অৱসৰ ল’ব বিচাৰিছে আৰু সেয়া এনেই নহয় তেওঁলোকৰ অকৰ্মণ্যতা, দূনীৰ্তি আৰু তেওঁলোকৰ বিৰুদ্ধে থকা নাৰী নিৰ্য্যাতনৰ গোচৰৰ বাবেহে। খুব গুৰুত্বপূৰ্ণ কথাটো হৈছে যে, দেশৰ ৰেল ৰাজ্য মন্ত্ৰী ৰাজেন গোঁহায়ে আজি স্বীকাৰ কৰিছে যে, মহিলা নিৰ্য্যাতনৰ …

২০১৯ত আকৌ হওক ইটাখুলিৰ ৰণ
ৰাৰাজ্যসভাত এক ঐতিহাসিক ঘটনা সংঘটিত হ’ল। শাসকীয় দলে বহু চেষ্টা কৰিও নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ উত্থাপন কৰিব নোৱাৰিলে। মোদীৰ নেতৃত্বত ২০১৯ৰ মে’ৰ পিছত যদি পুনৰ এনডিএ বা বিজেপিয়ে চৰকাৰ গঠন কৰিব নোৱাৰে তেতিয়াহ’লে হয়তো অসম বিৰোধী এই বিধেয়কখন পুনৰ উত্থাপন নহয়। কিন্তু আশংকা ৰৈ যায় এইবাবে যে বিজেপিৰ বিকল্প হিচাপে এতিয়াও বিৰোধীৰ ঐক্য সু-সংগঠিত আৰু …

গুৱাহাটীত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী যশোৱন্ত সিনহাৰ আহ্বান- এখনো আসনত নিজিকাব বিজেপিক
যশোৱন্ত সিনহা এটি পৰিচিত নাম। বাজপেয়ী চৰকাৰৰ এজন দায়িত্বশীল বিত্ত মন্ত্ৰী হিচাপে ৫ বছৰ কাৰ্য্যনিৰ্বাহ কৰা আৰু দুবছৰ বিদেশ মন্ত্ৰী হিচাপে দক্ষতাৰে কাম কৰা এসময়ৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়াজনে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক এজন অগণতান্ত্ৰিক নেতা বুলি যুক্তিসহকাৰে বিশ্লেষণ আগবঢ়াইছে। গুৱাহাটীৰ মাছখোৱা সাংস্কৃতিক প্ৰকল্পত আজি অনুষ্ঠিত নাগৰিক সমাজৰ এক বক্তৃতানুষ্ঠানত যশোৱন্ত সিনহাৰ আহ্বান- ৫৬ ইঞ্চিৰ …

তোমাক বিদায় নিদিও পাৰ্থ…
‘জীৱনটো এক সুৰীয়া অনুৰণন; যি অবিৰাম বৈ থাকে। পিছে আমি কাণ উনাই শুনিছোনে? ধ্বংস হ’বলৈ ওলোৱা পৃথিৱীৰ অন্তিমটো প্ৰজন্মৰ এজন ব্যক্তিয়ে সাম্ভাৱ্য মানৱ সভ্যতাৰ চিৰ বিন্যাসৰ শোকত দগ্ধ হৈ বাকী থকা জীৱনটোৰ মুহূৰ্তকে এটা যাপন কৰিব, নে পৃথিৱীৰ শেহৰটো সূৰ্যোদয় চাবৰ বাবে উদ্বাউল হৈ পাহাৰৰ শিখৰলৈ মূৰ তুলি চাব? তেওঁ উদিত ভাস্কৰ উদ্দেশ্যি এষাৰি কৃতজ্ঞতাৰ …

বাজেট নহয় নিৰ্বাচনী ভাষণ হিমন্তৰ, ভোট কিনাৰ টোপ, যৌতুক প্ৰথাক চৰকাৰীকৰণ
মাৰ্চ আৰু এপ্ৰিল এই দুমাহত ১টকীয়া চাউল খাই নিৰ্বাচনত শাসকীয় দলক ভোট দিব লাগিব ৰাইজে। একেদৰে ২৫০ টকাকৈ মাহত অৰ্থাৎ দৈনিক ৮ টকাকৈ বৃদ্ধ পেন্সন দিয়া হ’ব জ্যেষ্ঠ লোকসকলক।এইসকলকতো কিবা এটা দিছেই। কিন্তু নিয়োগ সৃষ্টিৰ বাবে ৰাজ্যখনৰ লাখ লাখ নিৱনুৱাক একোৱেই ভাল খবৰ দিব নোৱাৰিলে মন্ত্ৰীজনে। শংকৰদেৱৰ আদৰ্শৰে ভাষণ প্ৰদান কৰিবলৈ আহি নিজৰ ভাষণতে কু-সংস্কাৰ …

সৰ্বাৰ ভাষণ, হিমন্তৰ সাৰদাৰ বিস্কুট আৰু চন্দ্ৰৰ মিথ্যাচাৰ
বিধানসভাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ভাষণ শুনিলো। অসম চুক্তি ৰূপায়ণ আৰু অসমৰ খিলঞ্জীয়া মানুহৰ সুৰক্ষাৰ বাবে গ্ৰহণ কৰা স্থিতি বিশেষকৈ চুক্তিৰ ৫ নং দফা এন আৰ চিৰ যোগেদি কাৰ্য্যকৰী কৰা আৰু ৬ নং দফাৰ বাবে সমিতি গঠন কৰাৰ কথা যেনেদৰে উপস্থাপন কৰিছে সাধাৰণ ৰাইজ পতিয়ন যাব। ছ’চিয়েল মিডিয়াতো মুখ্যমন্ত্ৰী সোণোৱালৰ ভাষণ সম্প্ৰচাৰ কৰা হৈছে। ৰাইজে চাই …

অশুভ পৰম্পৰা: সাংবিধানিক পৰম্পৰাক নস্যাৎ কৰি নিৰ্বাচনমুখী বাজেট
কেন্দ্ৰীয় চৰকাৰে আজি যিখন মধ্যকালীন বাজেট দাখিল কৰিছে সেইখন অগণতান্ত্ৰিক আৰু ভাৰতীয় যি সাংবিধানিক পৰম্পৰাক নস্যাৎ কৰা হৈছে৷ চৰকাৰখনে টুয়েন্টি টু্যেন্টি মেচৰ বিশ অভাৰৰ খেলখন চৰকাৰে ২১ অভাৰৰ খেল খেলিব ধৰিছে, অৰ্থাৎ ৫বছৰীয়া চৰকাৰখনে বাজেট দাখিল কৰে ৫খন, এইখন চৰকাৰে ৬ খন বাজেট দাখিল কৰিছে৷ বাজেটত যিটো ফিছকল ডিপ’জিট সেইটো ক’ৰ পৰা আহিব তাৰ কোনো …

ক’লা কাপোৰ, তৰুণ গগৈ আৰু হিমন্তবিশ্ব
অসম বিধানসভাতো আজি ক’লা বস্ত্ৰই বেমেজালিৰ সৃষ্টি কৰে।বিহালীৰ মুখ্যমন্ত্ৰীৰ সভাত নিৰাপত্তাৰক্ষীয়ে কোলাৰ কেচুৱাকো ক’লা কাপোৰ খুলিবলৈ বাধ্য কৰা ঘটনাৰ আজি প্ৰতিবাদ দেখা গ’ল বিধানসভাত।বিৰোধী দলৰ বিশেষকৈ কংগ্ৰেছৰ সদস্যসকলে আজি সদনলৈ ক’লা কাপোৰ পৰিধান কৰি এই ঘটনাৰ বিৰুদ্ধে নিজৰ ক্ষোভ প্ৰকাশ কৰে। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক বাদ দি সকলো সদস্যই আজি ক’লা কাপোৰ পৰিধান কৰি চৰকাৰৰ …

নাগৰিকত্ব (সংশোধনী) বিধেয়কৰ বিৰোধিতা কৰি ৰাজ্যপালৰ ভাষণত বাধাঃ একত্ৰিত হ’ল বিৰোধী
অসম বিধানসভাৰ বাজেট অধিৱেশন আজিৰেপৰা আৰম্ভ হৈছে। ৰাজ্যপাল জগদীশ মুখীয়ে নিজৰ ভাষণ প্ৰদান কৰাৰ সময়তে অভূতপূৰ্বভাৱে প্ৰাক্তন মন্ত্ৰী, বিজেপি দলৰ অংশীদাৰ অতুল বৰাই আজি বিৰোধীৰ আসনৰ পৰা প্ৰচণ্ড শক্তিৰে ৰাজ্যপালক ভাষণ বন্ধ কৰিবলৈ দাবী জনালে। অতুল বৰাৰ হুংকাৰ- নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিল নকৰিলে অসমৰ স্বাৰ্থ বিঘ্নিত হ’ব আৰু এনে পৰিস্থিতিত ৰাজ্যপালৰ কোনো উন্নয়মূলক খতিয়ান …