Posts in category

নি স ৰ্গ


আমাৰ নদীত থকা শিহুবোৰ

Read More

খাদ্য আৰু কৃষি সংস্থাৰ প্ৰতিবেদন: খাদ্য নিৰাপত্তালৈ ভাবুকি সমগ্ৰ বিশ্বতে

Read More

বান্দৰ অদৰকাৰী প্ৰাণী? বান্দৰক  খাদ্য যোগানৰ কথা ভাবিব কোনে?

Read More

চৰাইৰ পিছতে পখিলাই বিশ্বজনীন জনপ্ৰিয়তা অৰ্জন কৰি, উৎসুকতা জাগ্ৰত কৰাৰ লগতে শিশুসকলৰ মাজত অতীৱ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে৷ পখিলাই  ইতিমধ্যে প্ৰকৃতিবিদ আৰু বিজ্ঞানীসকলৰ মাজত চিন্তাৰ উদ্ৰেক কৰোৱা প্ৰকৃতিৰ এক অপূৰ্ব সৃষ্টি বুলি পৰিগণিত হৈছে৷ পখিলাই ইয়াৰ সৌন্দৰ্য, ৰঙীণ অৱয়ৱৰ সংমিশ্ৰণ আৰু নান্দনিক সমাহাৰেৰে পতংগৰ জগতত এক সুকীয়া স্থান দখল কৰি আহিছে৷ পখিলাবোৰৰ নিঁখুতভাৱে আৱাসস্থল নিৰ্ধাৰণ …

আগৰ দিনত আমাৰ ককা-আজো ককা সকলোৰ মুখত শুনা সাধুকথাবোৰৰ মতে আমাৰ অসমখন নদীৰ বাহিৰেও জান-জুৰি, খাল-বিল-পুখুৰী আদি বহুতো জলাশয়ৰে ভৰি আছিল৷ সেইসময়ত জলাশয়বোৰত মাছ আছিল অপৰ্যাপ্ত৷ মন গ’লেই মানুহে জাল,জাকৈ,পল,বৰশী আদি লৈ মাছ মাৰিবলৈ গৈছিল৷ কিন্তু মাছলৈ যোৱা মানুহবোৰে বিশেষকৈ নিশাৰ ভাগত মাছ মাৰি উভতি আহোঁতে খুব সাৱধানে আহিছিল৷ মাছ থোৱা খালৈ আৰু নাৱৰ পৰা …

    আমি মানুহে যিমানেই প্ৰকৃতিৰ পৰা আঁতৰি আহিছো, সিমানেই চাৰিওকাষৰ গছ-গছনি, জীৱ-জন্তুবোৰ আমাৰ বাবে অপৰিচিত হৈ আহিছে। আফ্ৰিকাৰ জংঘলত পোৱা জীৱ-জন্তুবোৰ আমি ডিছকভাৰী চেনেলত চাই চাই ঠিকেই চিনি পাওঁ, কিন্তু আমাৰ নিজৰ অঞ্চলতে থকা জীৱ-জন্তুবোৰৰ বিষয়ে আমি বাৰু কেতিয়াবা জানিবলৈ চেষ্টা কৰিছোনে? টেলিভিশ্বন ত সাগৰীয় ডলফিনৰ কাহিনী চাই ভাল পোৱা আমাৰ বহুতেই হয়তো অসমতে …

ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থাৰ এই বছৰত প্ৰকাশিত এক প্ৰতিবেদনত প্ৰকাশ পাইছে জীৱবৈচিত্ৰ্য সম্পৰ্কীয় কেবাটাও উদ্বেগজনক তথ্য। ‘দ্য ষ্টেট অৱ ৱৰ্ল্ড বায়’ডাইভাৰচিটি ফৰ ফুড এণ্ড এগ্ৰিকালচাৰ’ শীৰ্ষক এই প্ৰতিবেদনখন সংস্থাটোৰ উদ্যোগত প্ৰথমবাৰলৈ হাতত লোৱা এক অধ্যয়নৰ ফলাফল আৰু ইয়াক বিশ্বৰ মুঠ ৯১ খন দেশৰ নিজা প্ৰতিবেদন, আন্তৰ্জাতিক সংস্থাৰ ২৭খন প্ৰতিবেদন আৰু ১৭৫জনতকৈও অধিক লেখক আৰু পুনৰীক্ষণকাৰীৰ মন্তব্য …

খাদ্যৰ সন্ধানত বান্দৰে মানুহৰ আবাসভূমিলৈ  আহি উপদ্ৰৱ চলোৱা নতুন কথা নহয় । অসমৰ সৰু-বৰ  বনাঞ্চলসমূহ ধ্বংসৰ কাৰণেই হওক বা হাবিত ফল-মূল,খাদ্য শস্যৰ নাটনিৰ বাবেই হওক,ভোকৰ তাড়ণাত বান্দৰে খাদ্য বিচাৰি মানুহৰ ঘৰ-বাৰী তহিলং কৰা দেখা যায় । অসমত বন্য প্ৰাণীৰ বিচৰণভূমি,খাদ্যভূমি কমি আহিছে। অসমত ৩৪টা বন সংমণ্ডল, ১৫০টা আঞ্চলিক বন বিষয়াৰ কার্যালয় আৰু ২৬৪টাকৈ খণ্ড বন …

গুণ গুণকৈ ফুলৰ ওপৰত উৰি-ঘূৰি ফুৰা মৌ-মাখিবোৰৰ কথা কেতিয়াবা ভবিছেনে? ফুলৰ মৌ চুহি ফুৰা, প্ৰতিদিনে হাজাৰ হাজাৰ ফুলৰ পৰা ৰস গোটাই ৰহঘৰা সজা মৌ-মাখিবোৰে পৃথিৱীৰ অন্য জীৱ-জন্তু আৰু মানুহৰ মাজত এক বিশেষ ভাৰসাম্য ৰক্ষা কৰি আছে। কেৱল মৌ-ৰস গোটোৱাই সিহঁতৰ কাম নহয়, সিহঁত পৃথিৱীৰ প্ৰায় তিনিভাগৰ এভাগ খাদ্যসামগ্ৰীৰ প্ৰস্তুতিৰ মূল কাৰক। যাৰ অবিহনে আপুনি ভাবিব …