Posts in category

পাহোৱাল


জেৰুজালেমৰ হিব্রেও (Hebrew) বিশ্ববিদ্যালয়ৰ অধ্যাপক য়ুভাল নোৱা হাৰাৰিয়ে ‘টুৱেণ্টি ওৱান লেছনছ ফৰ দি টুৱেণ্টী ফাৰ্ষ্ট চেন্সুৰী‘ শীৰ্ষক গ্ৰন্থখনত লিখিছে – “মানুহে নিজৰ কথা নিজে খুব কমেই ভাবে।আমি সদায় দলীয়ভাৱে কথাবোৰ ভাবোঁ, চিন্তা কৰোঁ। এই দলীয়ভাৱে চিন্তা-চৰ্চা কৰিব পৰা ক্ষমতাটোৱেই প্ৰকৃততে মানুহক আন জীৱ-জন্তুতকৈ উচ্চ স্থান দিছে।” এই দলীয় চিন্তা-চেতনাৰ আঁৰতেই আড্ডাৰ জন্ম। কিংবদন্তি পৰিচালক সত্যজিৎ …

0 323