Posts in category

প্ৰত্যক্ষ ভাষ্য


মাজুলীৰ বিষাদ : মুখ্য মন্ত্ৰী সোণোৱালৰ সমষ্টিত সৰ্বসাধাৰণৰ দুৰ্দশা

Read More

মাজুলী জিলা স্বীকৃতি পোৱা আৰু পৰিৱৰ্তনকামী চৰকাৰৰ মুখ্য সেৱক জন নিৰ্বাচিত হোৱাৰ পাছত প্ৰথন মাজুলীলৈ গৈছিলো। যোৰহাটৰ পৰা নিমাতিঘাট হৈ ফেৰীৰে পূৱা ৮.৩০ বজাতে যাত্ৰা কৰিছিলো। প্ৰায় এক ঘন্টা ফেৰীৰে যাত্ৰা কৰাৰ পাছত কমলাবাৰী ঘাটত উপস্থিত হৈছিলো। পৃথিৱীৰ বৃহত্তম নদী দ্বীপ হিচাপে স্বীকৃতি পোৱা মাজুলী হৈছে পৰ্য্যটকৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু। সেই মাজুলীৰ পৰাই পৰিৱৰ্তনকামী চৰকাৰখনৰ …

337