Posts in category
প ৰা গ

স্বতন্ত্রতা প্রাপ্তিৰ প্ৰথম খােজ
অসমবাসী ৰাইজৰ অর্থনৈতিক স্বতন্ত্রতাপ্রাপ্তিৰ আকাঙ্খিত সংগ্রামখনৰ গ উত্থাপিত হলে সাধাৰণতে বহুমূলীয়া প্রাকৃতিক সম্পৰাজি, আৰু বিশেষকৈ চা তথা তেল সম্পদৰ পৰিধিতে পর্যালােচনা সীমাবদ্ধ ৰাখাে। ফলত কেতিয়াজ অর্থনৈতিক স্বতন্ত্রতা বা বিকাশৰ আধাৰস্বৰূপ কৃষিক্ষেত্ৰৰ গুৰুত্ব অজানিতে তো যােৱা যেন লক্ষ্য কৰা হৈছে। অথচ, যিকোনাে স্বতন্ত্র অর্থনৈতিক প্রক্রিয়াৰে প্ৰাৰয়িত পুঁজি গঠন বা ঔদ্যোগীকৰণৰ অত্যাৱশ্যকীয় অৱলম্বনৰ নিশ্চিতি কৃষিক্ষেত্ৰৰ পৰাই অহাৰ …