Posts in category

বিজ্ঞান


পাই মানে ২২/৭ নহয়

Read More

২০১৮ত পদাৰ্থবিজ্ঞানৰ নোবেল বিজয়ী আৱিস্কাৰ

Read More

২০১৮ত জীৱবিজ্ঞানৰ আলোড়নকাৰী আৱিস্কাৰ

Read More

যোৱা জানুৱাৰী মাহৰ ১১ তাৰিখে প্ৰসিদ্ধ গণিতজ্ঞ মাইকেল আটিয়াৰ ৮৯ বছৰ বয়সত মৃত্যু হয়৷ কুৰি শতিকাটোত যিসকল গণিতজ্ঞই পৃথিৱী সলনি কৰিছে, সেইসকলৰ ভিতৰত তেৱোঁ এজন৷ গণিত জগতৰ দুটা শ্ৰেষ্ঠ বঁটা – ফিল্ডছ মেডেল আৰু এবেল বঁটা – দুয়োটাই তেওঁক প্ৰদান কৰা হৈছিল৷ তেওঁ কোৱা এই কথাষাৰ বহুত প্ৰিয় : “বাস্তৱ জগতত সম্পূৰ্ণ নিখুঁত গোলক পোৱা …

200

বিগত ২০১৮ বৰ্ষটো বিজ্ঞান আৰু প্ৰযুক্তিৰ জগতখনৰ বাবে যথেষ্ট প্ৰতিশ্ৰুতিসম্পন্ন বুলি বিবেচিত হয়। অনেক যুগান্তকাৰী আৱিস্কাৰ তথা উদ্ভাৱনৰ মাজতে, পাৰ হৈ যোৱা বৰ্ষটোত নোবেল বঁটাৰে সন্মানিত কৰা হয় লেজাৰ পদাৰ্থবিজ্ঞানৰ ক্ষেত্ৰখনত যুগান্তকাৰী আৱিস্কাৰৰ বাবে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ আৰ্থাৰ আস্কিন তথা জেৰাৰ্ড মৌৰৌ আৰু ড’না ষ্ট্ৰিকলেণ্ডক। আৰ্থাৰ আস্কিনে এটা সপোন দেখিছিল; পোহৰৰ কিৰণেৰে কোনো বস্তু স্থানান্তৰিত কৰাৰ। …

0 266

বিশাল জীৱজগতৰ অপাৰ ৰহস্যৰ মাজত অতি শেহতীয়াকৈ টেল–আভিভ বিশ্ববিদ্যালয়ৰ এদল বিজ্ঞানীয়ে দিছে এক নতুন তথা প্ৰচুৰ সম্ভাৱনাময় পৰিঘটনাৰ খবৰ। লিলাখ হাডানি আৰু য়’ছি  য়’ভেল নামৰ দুজন বিজ্ঞানীৰ নেতৃত্বত চলা এক অনুসন্ধানত প্ৰকাশ পোৱা এই খবৰে সমগ্ৰ বিশ্বৰে জীৱবিজ্ঞান বিষয়ক গৱেষণাত ব্ৰতী লোকক আলোড়িত কৰিছে। এই গৱেষণাত বিজ্ঞানীৰ দলটোৱে পোৱা তথ্যৰ ভিত্তিত পোহৰলৈ অহা কথাটো হ’ল এয়ে …

0 277