Posts in category

বিশেষ প্ৰতিবেদন


ছাৰ্জিকেল ষ্ট্ৰাইক ২ : কূটনৈতিক পৰিপক্কতা বনাম কৃতিত্ব আৰু ভোটৰ ৰাজনীতি

Read More

সমতাৰ সমাজ গঢ়াৰ পথত দৃঢ় স্নেহা পাৰ্থিৱৰাজা

Read More

ছহিদ জোৱানলৈ বিৰিয়াৰ সংগ্ৰামী অভিবাদন আৰু শ্ৰদ্ধাঞ্জলি!

Read More

প্ৰায় অৰ্ধশতিকাৰ পাছত ভাৰত-পাকিস্তানৰ সীমা লাইন-অৱ-কন্ট্ৰোল লংঘন ভাৰতীয় সামৰিক বাহিনীৰ। ১৯৭১ চনৰ ভাৰত-পাক যুদ্ধৰ পাছৰে পৰা পাকিস্তানৰ ভূমিত সামৰিক অভিযানৰ পৰা বিৰত থকা ভাৰতীয় সামৰিক শক্তিয়ে আজি পুৱতি নিশা  লাইন অৱ কণ্ট্ৰোলৰ ভিতৰত প্ৰৱেশ কৰি, মুজ্জাফৰবাদৰ কাষৰীয়া তথা পাক অধিকৃত কাশ্মীৰৰ পৰা ৮০ কিলোমিটাৰ ভিতৰৰ বালাকোটত অৱস্থিত জইছ-ই-মহম্মদৰ সন্ত্ৰাসবাদীৰ সামৰিক প্ৰশিক্ষণ কেন্দ্ৰ এটাত আক্ৰমণ কৰে। উল্লেখ্য …

284
Arunachal pradesh prc protest february

আকৌ মূৰ দাঙি উঠিব নেকি উত্তৰ-পুৰ্বাঞ্চলৰ জনগোষ্ঠীয় সংঘাটে? উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম ৰাজ্য অৰুণাচলৰ যোৱা দুদিনৰ ঘটনাৱলীয়ে তাৰেই ইংগিত বহন কৰিছে নেকি৷ নাগৰিকত্ব (সংশোধনী) বিধেয়কক লৈ চলি থকা সংগ্ৰাম প্ৰতিবাদৰ মাজতে পুনৰবাৰ অৰুণাচল উত্তপ্ত হৈ পৰিছে৷ ৰাজ্যখনৰ ৰাজধানী চহৰখনকে ধৰি অন্যান্য অঞ্চলত  যোৱা দুদিনত ঘটি যোৱা ঘটনাৱলীয়ে পুনৰবাৰ প্ৰমাণ কৰিব গৈ আছে ভূমিপূত্ৰৰ অস্তিত্বৰ সংকটৰ বেদনা আৰু …

173

মৰ্মান্তিক বা দুখজনক খবৰ বুলি নকৈ আচলতে ৰাজ্যবাসীৰ বাবে চৰম হতাশজনক খবৰ। ৰাজ্যৰ এটা অঞ্চলত চুলাই মদ খাই শতাধিক মানুহৰ মৃত্যুক মুঠেই সহজভাৱে ল’ব নোৱাৰি৷ কাৰণ, ইয়াৰ আঁৰত থকা কাৰকবোৰ আমি অতদিনে অবজ্ঞা কৰি অহাৰ ফলস্বৰূপেই এনে ধৰণৰ ঘটনা আজি ঘটিবলৈ পালে৷ আমি দোষ ঠেলিম কাৰ গালৈ ? চৰকাৰলৈ নে সেই সাধাৰণ সুৰাসেৱী লোকসকলৰ গালৈ? …

247

জাজাতি-বৰ্ণ-ধৰ্মৰ সংকীৰ্ণতম গণ্ডীত ৰৈ বিভেদ আৰু হিংসাৰ গৰল বিয়পোৱা সমাজক সমতাৰ পিনে আগবাঢ়ি যোৱাৰ এক নতুন পথ দেখুৱাই গৌৰৱেৰে ঠিয় হ’ল তামিলনাডুৰ তিৰুপুট্টুৰৰ এগৰাকী মহিলা। নাম এম এ স্নেহা পাৰ্থিৱৰাজা। পেশাত অধিবক্তা স্নেহাই অলপতে তিৰুপুট্টুৰৰ তহছিলদাৰৰ কাৰ্য্যালয়ৰ পৰা লাভ কৰা ‘জাতিহীন, ধৰ্মহীন হোৱাৰ চৰকাৰী প্ৰমাণপত্ৰ’। বহুবছৰ ধৰি চলাই অহা চেষ্টা, আবেদন-নিবেদনৰ পাছত এই প্ৰমাণপত্ৰ লাভ …

383

কাশ্মীৰৰ পুলৱামাৰ জিলাত সন্ত্ৰাসবাদীৰ নৃশংস আক্ৰমণত ছহিদ হোৱা জোৱানসকললৈ বিৰিয়াৰ সংগ্ৰামী অভিবাদন! দেশ আৰু দেশৰ সাৰ্বভৌমত্বৰ হকে জীৱন আহুতি দিয়া ছহিদ জোৱানসকলৰ ত্যাগক শ্ৰদ্ধা জনাই বিৰিয়াই শ্ৰদ্ধাঞ্জলি  অৰ্পণ কৰিলো। সংগীত শিল্পী ৰাকেশ দাস, কোকিল দাস, অৰূপ নাথ আৰু ৰণাংকুৰ নাথৰ উদ্যোগত প্ৰস্তুত কৰা এই ভিডিঅ’টোৰে আমি তেওঁলোকক সোঁৱৰণ কৰিছো। 

319

উজনি অসম তথা অৰুণাচলৰ এক বৃহৎ অংশ সামৰি অনুষ্ঠান সম্প্ৰচাৰ কৰা এটি অনাতাঁৰ কেন্দ্ৰ আকাশবাণী ডিব্ৰুগড়। ১৯৬৯ চনৰ ১৫ ফেব্ৰুৱাৰীত প্ৰতিষ্ঠা হোৱা এই কেন্দ্ৰটিয়ে নিত্য নতুন অনুষ্ঠান সম্প্ৰচাৰ কৰি পঞ্চাশ বছৰীয়া এক বৰ্ণিল পৰিক্ৰমা অতিক্ৰম কৰিলে। “এয়া আকাশবাণী ডিব্ৰুগড় … ” এই শব্দকেইটা যেন প্ৰতিগৰাকী শ্ৰোতাই বুকুত লালন কৰা একোটি শব্দ। আৰম্ভণি সময়ছোৱাত লেপেটকটাৰ অস্থায়ী …

412

অসমৰ উচ্চ শিক্ষাৰ এক আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠান- ডিব্ৰুগড় বিশ্ববিদ্যালয়। নাহৰৰ দেশৰূপে পৰিচিত ডিব্ৰুগড় বিশ্ববিদ্যালয় প্ৰতিগৰাকী শিক্ষাৰ্থীৰ বাবে  শৈক্ষিক, বৌদ্ধিক, সাংস্কৃতিক, ক্ৰীড়া আদি সকলো দিশৰ উত্তৰণৰ এক মঞ্চ। অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰৰ লগতে ইজিপ্ত, ছুডান, বাংলাদেশ, থাইলেণ্ড, বৎসোৱানা,য়েমেন, তানজানিয়া, জিম্বাব’ৱে, লিবিয়া আদি দেশৰো ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰে এই ডিব্ৰুগড় বিশ্ববিদ্যালয়ত। ২০১৬ চনৰ কথা। বিশ্ববিদ্যালয়ৰ শৈক্ষিক বিষয়ৰ লগতে ইয়াত অধ্যয়নৰত শিক্ষাৰ্থীসকলৰ প্ৰতিভাক এখন মঞ্চ প্ৰদানৰ বাবে তথা শিক্ষাৰ্থীসকল …

348