Posts in category

বিৰিয়াৰ সম্ভাৰ


নতুন জীৱনমুখী গান: ৰক্তিম গোস্বামীৰ প্ৰিয় ৰং মোৰ ক’লা(ধুৰন্ধৰ নেতা)

Read More

অৱশেষত ২৬ আগষ্ট,বুধবাৰে ঘোষণা কৰা হ’ল ২০২০ চনৰ আন্তৰাষ্ট্ৰীয় বুকাৰ পুৰস্কাৰৰ বিজেতাৰ নাম৷ নেদাৰলেণ্ডৰ ২৯ বছৰীয়া  যুৱ লেখিকা মেৰিকি লুকাচ ৰিজনিভেল্ডে তেওঁৰ ‘ দ্যা ডিচকফৰ্ট অফ ইভিনিং’ নামৰ  অসাধাৰণ উপন্যাসখনৰ বাবে লাভ কৰিলে ২০২০ চনৰ  সন্মানীয় বুকাৰ পুৰস্কাৰ৷ এই পুৰস্কাৰৰ ৫০,০০০ পাউণ্ড   ধনৰাশি ভগাই দিয়া হ’ব মুল লেখিকা মেৰিকি লুকাচ ৰিজনিভেল্ড আৰু  অনুবাদক মাইশ্যেলি হাচিশ্যনৰ …

আজিৰ বিশ্বত ফটোগ্ৰাফী সম্পৰ্কে প্ৰায়ভাগ মানুহৰে সামান্যতম হলেও জ্ঞান নথকা নহয়৷ মোবাইল কেমেৰাৰ আবিষ্কাৰ হোৱাৰ পিছৰে পৰা প্ৰতিগৰাকী মোবাইল ব্যৱহাৰকাৰীৰ কাৰণে ফটোগ্ৰাফ হৈ পৰিছে দৈনন্দিন জীৱনৰ একোটা অংশ৷ এখন চেলফীয়েই হওক বা যিকোনো বিষয়ৰ এখন ফটোগ্ৰাফেই হওক-ব্যক্তিজীৱনক সামৰি লৈছে ফটো বা আলোকচিত্ৰই৷ বিশ্বত প্ৰতি বছৰৰ ১৯ আগষ্টৰ দিনটোক পালন কৰা হয় বিশ্ব ফটোগ্ৰাফী দিৱস হিছাপে৷ …

লোভ ক’লা/ দুচকু ক’লা/ গাদী ক’লা/ দেশ ক’লা/ জিভা ক’লা/ শব্দ ক’লা/ মন ক’লা/ তেজ ক’লা/ তথাপিও কয়  ‘আমিবোৰ নিকা’/ ‘ধুৰন্ধৰ নেতা’… দেশ আৰু থলুৱা, ভূমিপুত্ৰ, খিলঞ্জীয়া জাতিধ্বংসী নাগৰিকত্ব (সংশোধনী) বিধেয়ক,২০১৬ৰ বিৰুদ্ধে প্ৰবল প্ৰতিবাদ সাব্যস্ত থলগিৰিৰ। জাতীয় জীৱনক আওকাণ কৰি শাসকপক্ষই গ্ৰহণ কৰা জনবিৰোধী স্থিতিৰ বিৰুদ্ধে দেশ আৰু জাতিৰ অনিৰুদ্ধ সন্তান সচেতন ৰাইজে মাৰবান্ধি থিয় …