Posts in category
ব্যংগ কথা

শ্ৰীশ্ৰী সৰস্বতী পূজাৰ ভোগঘৰৰ পৰা লাইভ…
সৰস্বতী পুজাৰ দুপৰীয়া… আনবোৰ নিউজ চেনেল সুন্দৰী সন্ধানত ব্যস্ত। অসমৰ একমাত্ৰ ব্যতিক্ৰমী চেনেলটিয়ে সুন্দৰী সন্ধান বাদ দি ৰাইজক সৰস্বতী পূজা সংক্ৰান্তীয় আন এক ব্যতিক্ৰমী লাইভ কভাৰেজ দেখুৱাবলৈ আৰম্ভ কৰিলে। সেয়া হ’ল সৰস্বতী পূজাথলী সমূহৰ ভোগ ৰন্ধা পাকঘৰৰ পৰা লাইভ!! এয়া মই চানৰাইজ একাডেমীত উপস্থিত আছো বুলি পুজাথলীৰ ভোগঘৰৰ ভিতৰত সোমাই গৈ এজনে আটাহ পাৰিবলৈ আৰম্ভ …