Posts in category

ব্লকিং


নাট্যকাৰ, গীতিকাৰ, অভিনেতা, পৰিচালক, নিবন্ধ লেখক, সৈনিক শিল্পী ব্ৰজনাথ শৰ্মা নাট্য জগতৰ এক‌ চিনাকি নাম৷ কথাষাৰ কিমান দূৰ সঁচা বাৰু? মই যদিও ভাবো, কেতিয়াবা কথাবোৰ সঁচা নহয় যেন মোৰ অনুভৱ হয় বা আমি যেনেকৈ তেওঁৰ বিষয় জানিব লাগিছিল তেনেকৈ চৰ্চা হোৱা নাই যেন অনুভৱ হয়৷ তেওঁ যদি সেই সময়তে অসমীয়া নাট্য জগতখনত কিছুমান নতুন সংযোজন …