Posts in category

মাটিৰ চাকি


কিতাপ আৰু পাঞ্জাৰ এটা শক্তিশালী নাম সুভাষ দাস

Read More

মহেন্দ্ৰ নাথ হাজৰিকা: সমাজ আৰু সাহিত্যৰ এক উদ্যমী নাম

Read More

বাটে ঘাটে : সৰভোগৰ দৈ, শতায়ুৰে কীৰ্তিমান হ’ব খোজা উদ্ধৱ চন্দ্ৰ বায়ন এন্ড ছ’ন্‌ আৰু গজেন্দ্ৰমোহনৰ চপ

Read More

সুভাষ দাস৷ পেছাত এগৰাকী গ্ৰন্থ বিক্ৰেতা আৰু নিচাত এগৰাকী পাঞ্জা খেলুৱৈ৷ বৰপেটা জিলাৰ পাঠশালাৰ ৰায়পুৰত ঘৰ তেওঁৰ৷ আজিৰ পৰা ২০ বছৰ আগতে কিতাপৰ সৰু টোপোলা পিঠিত বান্ধি লৈ ঘৰে ঘৰে কিতাপ বিক্ৰী কৰি ফুৰিছিল  তেওঁ৷ লাহে লাহে তেওঁ নিজৰ একাণপতীয়া প্ৰচেষ্টাত সাহিত্য সভা, পূজা আদিৰ গ্ৰন্থমেলাত কিতাপৰ বিপণি দিব পৰা হ’ল৷  কেইবছৰমান আগৰে পৰা তেওঁ শিক্ষানুষ্ঠান …

সমাজ জীৱনৰ প্ৰজ্ঞাৰে পুষ্ট হৈ নিৰলসভাৱে সাহিত্য চৰ্চা কৰি অহা গ্ৰামাঞ্চলৰ প্ৰচাৰবিমুখ সাহিত্যিক সকলৰ অন্যতম মহেন্দ্ৰনাথ হাজৰিকা।  ‘সপোন কবি’ খ্যাত সাহিত্যিক, শিক্ষাবিদ মহেন্দ্ৰ নাথ হাজৰিকাৰ  জন্ম  ১৯৫৩চনত, গোলাঘাট জিলাৰ কমাৰবন্ধাৰ গোহাঁই গাঁৱৰ হাজৰিকা চুকতনত। পিতৃ প্ৰয়াত পদ্মকান্ত হাজৰিকা আছিল কৃষি বিভাগৰ কৰ্মচাৰী। মাক  প্ৰয়াত  পূণ্যদা হাজৰিকা। তেখেতৰ পত্নী ৰূপা নেওগ হাজৰিকা বৰহোলা বালিকা বিদ্যালয়ত শিক্ষয়িত্ৰীৰূপে …

সৰভোগলৈ গ’লে মই পৰাপক্ষত দুখন দোকানলৈ যাওঁ ৷ এখন হ’ল ৯৫ বছৰীয়া ঐতিহ্য বহন কৰি থকা দুগ্ধজাত সামগ্ৰীৰ দোকান উদ্ধৱ চন্দ্ৰ বায়ন এন্ড ছ’ন্‌ আৰু আনখন মহাপ্ৰভু গৰখীয়া গোসাঁই থানৰ সন্মুখৰ গজেন্দ্ৰমোহন দাসৰ চাহৰ দোকানখন৷ দুয়োখন দোকানৰ মালিক দুজন বৰ সৰবৰহী আৰু অতি কৰ্মঠ ব্যক্তি৷ উদ্ধৱ চন্দ্ৰ বায়ন এন্ড ছ’ন্‌ৰ বৰ্তমান স্বত্বাধিকাৰী গুণৰঞ্জন বায়নৰ লগত …

গ্ৰাম্যাঞ্চলত নাট্যচৰ্চাৰ আন্দোলনটোৰ লগত জড়িত বহু ব্যক্তি বহল সমাজখনৰ পৰিচিত নহয় । কিন্তু তেওঁলোক নাট্যচৰ্চা আৰু নাট্যাভিনয়, অংগসজ্জা, মঞ্চসজ্জা ইত্যাদি নাট মঞ্চায়নৰ লগত জড়িত প্ৰায় সকলো দিশতে  পাকৈত আৰু সুদক্ষ। নিজৰ প্ৰতিভাৰ জোৰত এওঁলোকে মঞ্চত উজলি  উঠে ঠিকেই, কিন্তু প্ৰচাৰৰ অভাৱত  এখন বহল মঞ্চ লাভ কৰাৰ পৰা বঞ্চিত হয়। এইসকল শিল্পীৰ পটুতাৰ চিনাকিও আজিৰ তাৰিখত …

সেয়া আছিল ২০০৮-0৯ চন মানৰ কথা। এদিন  গুৱাহাটীৰ পৰা কলেজলৈ যাবলৈ গাড়ী এখনৰ প্ৰয়োজন হ’ল। মোৰ প্ৰাক্তন ছাত্ৰ আৰু লেণ্ডস্কেপ চাফাৰি ট্ৰেভেল এজেন্সীৰ বিষয়া শ্ৰীমান মৃণাল ঠাকুৰীয়াক ফোন কৰি ভাল গা়ডী এখন পঠিয়াই দিবলৈ ক’লো। সি লগে লগে গাড়ী এখন ঠিক কৰি চালকজনৰ যোগাযোগ নম্বৰ এচ.এম.এচ কৰি পঠিয়াই দিলে আৰু মোক ফোন কৰিও জনালে,- “চাৰ …