Posts in category

মানৱাধিকাৰ


মানৱৰ সুৰক্ষা কৱচ মানৱ অধিকাৰ আইন 

Read More

প্ৰত্যেক মানুহে সমান মৰ্য্যাদা আৰু অধিকাৰ লৈ জন্মগ্ৰহণ কৰে। মানুহৰ মৰ্য্যাদা সুনিশ্চিতকৰণ সংগ্ৰামৰ বহু উদাহৰণ আছে ইতিহাসৰ পৃষ্ঠাত। মানৱ অধিকাৰৰ ধাৰণাটোৰ বিকাশত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল ৰাষ্ট্ৰনেতা তথা আইনজ্ঞসকলে আৰু ব্যক্তিৰ অধিকাৰ সুৰক্ষিত কৰা লিখিত ব্যৱস্থাসমূহ ক্ৰমান্বয়ে ৰাষ্ট্ৰীয় আইন সমূহত লিপিবদ্ধ হ’বলৈ ধৰিলে। ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় উভয় আইনতে এই অধিকাৰক ন্যায়িক অধিকাৰ হিচাপে স্বীকৃতি দিয়া হৈছে। …