Posts in category

মুক্ত স্বৰ


ইনকিলাব জিন্দাবাদ আৰু ভগৎ সিং

Read More

চকীদাৰেৰে ভৰা এখন দেশ

Read More

লোকসভা নিৰ্বাচন ২০১৯ : দিকভ্ৰান্ত ভোটাৰ আৰু মোডী মেজিক

Read More

ভাৰতবৰ্ষৰ নতুন প্ৰজন্মৰ যুৱক-যুৱতীসকলে শ্বহীদ ভগৎ সিঙৰ জীৱন, যুক্তিবাদ আৰু আদৰ্শক নতুন চিন্তাধাৰাৰে বিচাৰ বিশ্লেষণ কৰাৰ সময় আহি পৰিছে৷ সাম্প্ৰদায়িক ৰাজনীতি আৰু ধৰ্মীয় গোড়ামিয়ে পোখা মেলাৰ এই সময়ত ভগৎ সিঙৰ মাথোঁ ২৩  বছৰীয়া জীৱন আৰু সংগ্ৰামৰ বিচাৰধাৰক আমি জৰুৰীভাবে আজিৰ সময়ত তুলি ধৰিবৰ যত্ন কৰিব লাগে৷ যি সময়ত আজিৰ ভাৰতবৰ্ষত ধৰ্মীয় মৌলবাদী শক্তিসমূহে মূৰ দাঙি …

দেশত হঠাতে চকীদাৰৰ সংখ্যা অভাৱনীয়ভাৱে বাঢ়ি গ’ল৷ এটা ৰাতিৰ ভিতৰতে অবিশ্বাস্যভাবে বাঢ়ি যোৱা চকীদাৰৰ সংখ্যাই দেশত একধৰণৰ তুমূল জোকাৰণিৰ সৃষ্টি কৰি পেলালে৷ এতিয়া কিছুমান মানুহৰ নামৰ আগত লাগি গ’ল চকীদাৰ উপাধি৷ যেনে ধৰক চকীদাৰ চৰন দাস৷ চকীদাৰ নৰেন্দ্ৰ মোডী চকীদাৰ অমিত শ্বাহ চকীদাৰ হিমন্ত বিশ্ব শৰ্মা চকীদাৰ বাতিৰাম চকীদাৰ ঘটিৰাম চকীদাৰ কেঁহোৰাম এইবোৰ আচলতে কি …

বিজ্ঞাপনবোৰ প্ৰচাৰ হৈ আছে৷ বাটে পথে বেনাৰ হৰ্ডিংবোৰ ওলমি পৰিছে ইতিমধ্যে৷ শাসক-বিৰোধীৰ প্ৰচাৰৰ প্ৰতিযোগিতা চলিছে জোৰদাৰভাবে৷ আকৌ এবাৰ মোডী চৰকাৰ! যোৱা পাঁচটা বছৰৰ পূৰ্বৰ কথা নিশ্চয় সকলোৰে মনত আছে৷ মনত আছে নিশ্চয় সেই শ্লোগানধৰ্মী বিজ্ঞাপনবোৰলৈ৷ আব কী বাৰ মোডী চৰকাৰ৷ পাঁচটা বছৰ পূৰ্বৰ টিভিৰ পৰ্দাত চলি থকা সেই দীঘলীয়া নিৰ্বাচনী বিজ্ঞাপনবোৰ ইমান সোনকালে ৰাইজে নিশ্চয় …

ববলিভিয়ান সেনাৰ হাতত বন্দী হৈ আছে মেজৰ আৰ্নেষ্ট চে গুৱেভাৰা৷ ঘনাই বহিছে বৈঠক৷ কি কৰা যায় চেক? বাচি থাকিব দিয়া মানে ভবিষ্যতে ভয়ংকৰ বিপদ চপাই লোৱা৷ চি আই এৰ কাঢ়া নজৰ৷ মহানায়কৰ শাৰীলৈ উন্নীত হোৱা এইজনক জীৱন নহয় মৃত্যুহে দিয়া উচিত৷ অৱশেষত সেয়াই কাৰ্য্যকৰী হয়৷ সাতটা বুলেটে কায়িক অস্তিত্ব শেষ কৰি দিয়ে সেই সৰ্বকালৰ মহান …

আমাতকৈ কিছু জ্যেষ্ঠসকলৰ লগত যেতিয়া চিনেমাৰ প্ৰসংগ ওলায় তেতিয়া জ্যেষ্ঠসকলে পোনছাটেই বৰ্তমান সময়ৰ চিনেমাৰ প্ৰতি একধৰণৰ ঋণাত্মক মত পোষণ কৰা দেখা যায়৷ তেওঁলোকৰ মাজৰে অৰ্ধেকসংখ্যকে বৰ্তমান সময়ৰ চিনেমা জগতৰ কাণ-কাৰখানাবোৰক একপ্ৰকাৰ মানি লবলৈ টান পায়৷ কাৰ বাবে চিনেমা, কিহৰ বাবে চিনেমা,সাধাৰণজনৰ জীৱনৰ লগত এই চিনেমাবোৰৰ সম্পৰ্কই বা ক’ত? তেওঁলোকে বিচাৰি ফুৰে চিনেমাত সঁচা জীৱনৰ প্ৰতিচ্ছবি৷ …