যো গা ত্ম ক

দায়িত্ববোধ আৰু আমি
দায়িত্ববোধ মানুহৰ সহজাত প্ৰবৃতি নহয়, সময় আৰু বয়সৰ লগে লগে এই অত্যুত্তম গুণ আহৰণ কৰি ল’ব লাগে। এই গুণ আহৰণ কৰিব লাগে বাবেই মানুহে এদিনতেও আহৰণ কৰিব নোৱাৰে- ই এক দীৰ্ঘদিনীয়া অনুশীলন। অন্তৰৰ পৰা দায়িত্ববোধৰ মনোভাৱ নাহিলে কোনো ব্যক্তিয়ে ইয়াক আয়ত্ত কৰিব নোৱাৰে। আমি সততে আমাৰ নতুন প্ৰজন্মক দোষাৰোপ কৰোঁ দায়িত্বজ্ঞানহীন বুলি, কিন্তু তেওঁলোকক শৈশৱকালৰ …

মাজুলীৰ আধাসৰীয়া অভিজ্ঞতা
এই বছৰৰ আৰম্ভণিতে মনে মনে ভাবিছিলো, এইবাৰ পাৰিলে নতুন নতুন ঠাইলৈ গৈ গৈ কিছু নতুন নতুন কথা শিকিবলৈ চেষ্টা কৰিম। ক’লৈ যাম আৰু কেতিয়া যাম, সেয়া সঠিককৈ নাভাবিলেও ফাগুনত আলি- আই- লৃগাং চাবলৈ পাৰিলে মাজুলীলৈ যাম বুলি মনতে ভাবি থৈছিলো। পিছে সময় আৰু সুবিধাৰ যে টনাটনি হ’ব, সেই কথাও মনলৈ আহিছিল। ঠিক তেনেতে মাঘ বিহুৰ …

আপুনি এজন যোদ্ধা : পৰীক্ষাৰ বতৰতেই ষ্ট্ৰেছক জীৱনীশক্তি কৰি তোলক
বিশ্ব স্বাস্থ্য সংস্থাৰ এক সমীক্ষাত ভয়ানক তথ্য পোহৰলৈ আহিছে। সেয়া হ’ল পৃথিৱীৰ ভিতৰতে ভাৰতত সৰ্বাধিক লোক ষ্ট্ৰেছ বা অৱসাদগ্ৰস্ততাত ভোগে। অৱসাদগ্ৰস্ততাই মানুহৰ দেহ-মনত বহুল ক্ৰিয়া কৰে। সাধাৰণতে আমি ষ্ট্ৰেছ বা অৱসাদগ্ৰস্ততাক একধৰণৰ নাকৰাত্মক দৃষ্টিভংগিৰে চাওঁ। এইটোও মিছা নহয় যে, ই একপ্ৰকাৰ মানসিক বেমাৰ। আৰু বেমাৰ মানেইটো বেয়া, ক্ষতিকাৰক, পীড়াদায়ক। কিন্তু সকলো বস্তুৰে বিপৰীত এক ক্ৰিয়াও …