Posts in category
শিল্প কথা

নিসৰ্গ আৰু নাৰী মনস্তত্বক লৈ বন্দনা নাথৰ এ জাৰ্ণি অৱ থ’টছ
নিজৰ এই একান্ত সময়খিনিকেই লৈ তেওঁ জীয়াই থাকিব খোজে। অকল জীয়াই থকাটোৱেই যে কথা তেনে নহয়, তেওঁ কিদৰে জীয়াই আছে সেই কথাবোৰ আন দহজনকো জনাব খোজে। জীয়াই থকাটো তেওঁৰ বাবে বিলাসিতা নহয়। অতি সাধাৰণভাৱে এই সময়ক লৈ তেওঁ জীৱনটো যাপন অথবা উদ্যাপন কৰিব খোজে। তেওঁৰ এই জীয়াই থকাৰ তাড়নাত সৃষ্টি হৈছে এনে কিছু ছবি, য’ত …