সজাগতা

আত্মহত্যাৰ কথকতা : তাৰকাৰ জীৱন আৰু কৃষকৰ জীৱনৰ মূল্য
এজন তাৰকাৰ জীৱনৰ মূল্য হাজাৰ হাজাৰ কৃষকৰ জীৱনতকৈ অধিক! ভাৰতীয় দৰ্শন মতে, আত্মহত্যা মহাপাপ। বহু জনমৰ পুণ্যৰ ফলত হে হেনো মানৱ জীৱন লাভ কৰা হয়। গতিকে তেনে এটা বিৰল জীৱনক নিজ হাতে বিনষ্ট কৰাটোও মহাপাপ। এনে ধৰ্মীয় বিশ্বাসৰ ফলশ্ৰুতিতে আত্মহত্যা কৰা লোকৰ শ্ৰাদ্ধাদিও বৈদিক প্ৰথামতে নিষিদ্ধ। আনকি ভাৰতীয় সমাজত লোকবিশ্বাস মতেও আত্মহত্যা কৰা লোকৰ আত্মাই …

সাম্প্ৰতিক প্ৰসংগ : দক্ষিণপাটৰ পৰা মই এজন দশম মানৰ ছাত্ৰই কৈছো…
উন্নতি ক’ত? অ সমখন প্ৰাকৃতিক সম্পদেৰে ভৰা যদিও ৰাজ্যখন সকলো ফালৰ পৰা পিছপৰা। অসমত প্ৰচুৰ পৰিমাণে কেঁচামাল পোৱা যায়,তৎসত্বেও অসমৰ উন্নতি ক’ত? জাপান দেশখন শিল্প, সংস্কৃতি তথা উদ্যোগৰ ক্ষেত্ৰত চহকী। কিন্তু জাপানত কেঁচামালৰ অভাৱ। তথাপিও কিন্তু জাপান এখন উন্নত দেশ। কিয়? কাৰণ জাপানত জাতি-ধৰ্ম নিৰ্বিশেষে সকলোৱে একেলগে কাম কৰি যায়।কিন্তু ভাৰত বা অসম জনজাতি, অনুসূচিত …

ফাৰ্মাচিষ্ট নে ঔষধ বিক্ৰেতা : এক প্ৰাসংগিক বিষয়
সাম্প্ৰতিক কালত যদি গমি পিতি চোৱা যায়, তেতিয়াহ’লে আমি দেখিবলৈ পাও যে ফাৰ্মাচিউটিকেল বিজ্ঞানৰ ওপৰত বিশ্ববাসীৰ গভীৰ বিশ্বাস গঢ় লৈ উঠিছে; কিন্তু এইক্ষেত্ৰত একমাত্ৰ ব্যতিক্ৰম ভাৰতবৰ্ষ । ন ন গৱেষণা, ন ন প্ৰযুক্তিবিদ্যাৰে জীৱনদায়িনী ঔষধৰ জন্মৰ লগতে কাৰিকৰী বিষয়ৰ একোজন দক্ষ ফাৰ্মাচিষ্টে বিশ্বৰ আগশাৰীৰ দেশসমুহত স্বাস্থ্য জগতত প্ৰত্যক্ষ অৰিহণা যোগাই আহিছে। যি সময়ত বিভিন্ন ক্ষেত্ৰত …