Posts in category

সম্পাদকীয়


যুদ্ধৰ দামামা: আৱেগ বনাম বিবেক

Read More

আন্তৰ্জাতিক মাতৃভাষা দিৱসৰ চিন্তা

Read More

পুলৱামা প্ৰসংগ আৰু আমাৰ কৰ্তব্য

Read More

দেশবাসীয়ে তলাবন্ধৰ এই সময়ছোৱাতে আকৌ মুখামুখি হ’বলগীয়া হ’ল পেট্ৰ’ল-ডিজেলৰ অভাৱনীয় মূল্যবৃদ্ধিৰ স’তে৷ কৰ’নাকালীন এই সময়ছোৱাত দেশবাসীয়ে ইতিমধ্যে সীমাহীন দুৰ্ভোগৰ সন্মুখীন হৈ আহিছে৷ অন্ন-বস্ত্ৰ-বাসস্থানৰ সীমাহীন সমস্যাৰাজিৰ মাজেৰে দেশৰ সাধাৰণ জনতাই আজি কোনোমতে ৰক্ষা কৰিছে নিজৰ আৰু পৰিয়ালৰ প্ৰাণ৷ দেশৰ অৰ্থনীতি সেই নোটবন্দীৰ বহু পূৰ্বৰে পৰাই মন্দাৱস্থাৰেই চলি আহিছে৷ কৰ’না মহামাৰীৰ কৱলত দেশৰ অৱস্থা আৰু বেছি তথৈবচ৷ …

আজি সূৰ্য্যগ্ৰহণ। ‘বলয়গ্ৰাস’ হিচাপে বৈজ্ঞানিকভাৱে পৰিচিত এই গ্ৰহণ বছৰটোৰে নহয়, দশকটোৰে বিৰল পৰিঘটনাসমূহৰ অন্যতম। এনে এক মহাজাগতিক ঘটনাৰ সাক্ষী হৈ ৰোৱাটো বিজ্ঞানানুৰাগীসকলৰ বাবে অতীৱ আনন্দদায়ক হিচাপে পৰিগণিত হৈ আহিছে। পিছে একবিংশ শতিকাৰ দ্বিতীয় দশকত থিয় হৈ আজিও এচামৰ মনত গ্ৰহণক লৈ চলি থকা অন্ধবিশ্বাস-কুসংস্কাৰ আদিয়ে আমাৰ সন্মুখত অন্য এখন ছবি দাঙি ধৰে। শিক্ষাৰ অসম্পূৰ্ণতা, বিজ্ঞান …

২০১৯ বৰ্ষৰ  ১৭ জানুৱাৰী শিল্পী দিৱসৰ দিনটোৰ পৰাই আমি আৰম্ভ কৰিছিলো বিৰিয়াৰ যাত্ৰা৷ বিৰিয়াৰে খেতিয়কে কঢ়িওৱা ধানৰ ডাঙৰিৰ দৰেই আমি আপোনালোকলৈ কঢ়িয়াই আনিব খুজিছিলো এই মাটি আৰু এই মাটিৰ মানুহৰ জীৱন আৰু জগতক প্ৰভাৱিত কৰা কথাবোৰ, চহা জীৱনৰ সজ আৰু নিৰন্তৰ কৃচ্ছ্ৰ শ্ৰমৰ সুখ, দুখ, ক্ষোভ আৰু বিদ্ৰোহবোৰ। সেই পথৰ সন্ধান কৰাৰ পণ আগত ৰাখিয়েই …

পুলৱামা কাণ্ডৰ প্ৰত্যুত্তৰত ভাৰতৰ বালাকোট আক্ৰমণৰ পিছত স্বাভাৱিকভাৱে ভাৰত-পাকিস্তানৰ মাজৰ সম্পৰ্কই অধিক জটিল ৰূপ ধাৰণ কৰিছে। ভাৰতীয় বায়ুসেনাই লাইন অৱ কণ্ট্ৰোল উলংঘা কৰি বালাকোট আক্ৰমণ কৰাৰ উত্তৰ হিচাপে আজি পাকিস্তানৰো দুখনকৈ বিমানে লাইন অৱ কণ্ট্ৰোলৰ কাষৰীয়া এলেকাত ভাৰতীয় যুদ্ধ বিমানৰ লগত সংঘৰ্ষত লিপ্ত হয় আৰু এই আক্ৰমণত পাকিস্তানৰ এখন এফ-১৬ শ্ৰেণীৰ বিমান ভূপতিত হোৱাৰ বিপৰীতে …

সমগ্ৰ বিশ্বতে ২১ ফেব্ৰুৱাৰীৰ দিনটো আন্তৰ্জাতিক মাতৃভাষা দিৱস হিচাপে পালন কৰা হয়। ১৯৪৮ চনত তদানীন্তন পাকিস্তান চৰকাৰে তেতিয়াৰ পূব পাকিস্তান অৰ্থাৎ বৰ্তমানৰ বাংলাদেশতো পাকিস্তানৰ অন্য অংশৰ দৰেই উৰ্দুক ৰাষ্ট্ৰীয় ভাষা হিচাপে বলৱৎ কৰিবলৈ লোৱা ব্যৱস্থাৰ প্ৰতিবাদত বাংলাভাষী ৰাইজেই সংখ্যাগৰিষ্ঠ হৈ থকা পূব পাকিস্তানত প্ৰতিবাদী কাৰ্য্যসূচীৰ আৰম্ভ হয়। ১৯৫২ চনৰ ২১ ফেব্ৰুৱাৰীত জনতাৰ প্ৰতিবাদক ৰুদ্ধ কৰিবলৈ …

পুলৱামাৰ ঘটনাই সমগ্ৰ দেশবাসীকে জোকাৰি যোৱাৰ পাছত এই ঘটনাৰ প্ৰতিক্ৰিয়া হিচাপে নানা জনে নানা মত প্ৰকাশ কৰিছে। পিছে এই সকলো মত-অমতৰ মাজত চাৰিওপিনে চকুত পৰা এটা প্ৰতিক্ৰিয়া হৈছে সমূহ কাশ্মীৰনিবাসীক লৈ ৰাইজৰ বিয়োগাত্মক মনোভাৱ। শেহতীয়াকৈ মেঘালয়ৰ ৰাজ্যপালে ৰাজহুৱাকৈ কাশ্মীৰবাসীক বৰ্জন কৰি, কাশ্মীৰৰ সতে সকলো বাণিজ্যিক-অৰ্থনৈতিক সম্পৰ্ক ছেদ কৰাৰ সপক্ষে মত প্ৰকাশ কৰা কাৰ্য্যই চৌপাশে আলোচনাৰ …

জজম্মু-কাশ্মীৰৰ পুলুৱামা জিলাত আজি সন্ত্ৰাসবাদীৰ আত্মঘাতী আক্ৰমণত চিআৰপিএফৰ ৪০জনৰো অধিক জোৱান নিহত হোৱাৰ ঘটনাই সমগ্ৰ দেশকে শোকাহত কৰি তুলিছে। আমি এই আক্ৰমণক নিন্দা কৰিছো। আৰু ছহিদসকলক জনাইছো অভিবাদন আৰু শ্ৰদ্ধা। জম্মু-কাশ্মীৰৰ দৰে এক স্পৰ্শকাতৰ ৰাজ্যত দেশৰ নিৰাপত্তা বাহিনীৰ এক বিশাল কনভয়ৰ ওপৰত হোৱা এনে আক্ৰমণে বহুতো দিশৰ অৱতাৰণা কৰিছে। বিভিন্ন ৰাজনৈতিক কাৰণত বোমা-বাৰুদ-গুলীবৰ্ষণেৰে ভৰা পৰিৱেশ …

ল’ৰা ৰজা বা চুলিক্ফাৰ শাসন আছিল আহোম শাসনৰ গৌৰৱত কালিমা সনা এটা যুগ। অত্যাচাৰী ডেবেৰা বৰবৰুৱা আৰু লালুকসোলা বৰফুকনৰ কুমন্ত্ৰণাত ল’ৰাৰজাই নিজৰ একচ্ছত্ৰী সিংহাসনলৈ ভাবুকি হ’ব পাৰে বুলি ভৱা সকলোৰে অংগক্ষত কৰাইছিল। ৰজাৰ অত্যাচাৰী শাসনে ৰাইজক অতিষ্ঠ কৰিছিল। এতিয়া ৰজাৰ দিন নাই, গণতন্ত্ৰ আহিল। পিছে সংসদীয় গণতান্ত্ৰিক ব্যৱস্থাত ৰাইজে নিজৰ প্ৰতিনিধি বুলি নিৰ্বাচিত কৰাকেইজনে ৰজাৰ …

কথাবোৰে আওবাট লৈছে। মূল বিষয়ৰ পৰা ৰাইজক আঁতৰাই ৰাখি সমগ্ৰ বিষয়টোৰ গুৰুত্বকে তৰল কৰি তোলাৰ এনে প্ৰক্ৰিয়াবোৰ আজিৰ নহয়, ৰাইজে কথাষাৰ জানে। পিছে জানিলেও, কেতিয়াবা হাত নাও তৰাং পানীতে টুলু-ভুটুং হোৱাদি, ৰাইজৰ বিবেকো মূল কথাৰ পৰা বেলেগ পিনলৈ গতি কৰে। এইবেলিও তেনেই হৈছে। নাগৰিকত্ব (সংশোধনী) বিধেয়ক লাগে বুলি সভাই-সমিতিয়ে, বিয়াই-সবাহে, খেলে-পথাৰে টেটু ফালি চিঞৰিও ৰাইজৰ …

ভাৰত ৰত্ন’ বিষয়ক লৈ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা মল্লিকাৰ্জুন খৰ্গেই গণশিল্পী ভূপেন হাজৰিকাক ‘গায়ক’ বুলি তাচ্ছিল্যসুচক যি টিপ্পনী আগবঢ়াইছে, ইয়াৰ দ্বাৰা দলটোৰ  বহূচাৰিতা আৰু সংস্কাৰহীনতাৰ কথাই পুনৰবাৰ প্ৰমাণিত হ’ল।ইয়াৰ পূৰ্বেও কংগ্ৰেছ ক্ষমতাসীন হৈ থকা কালত দ্বিগ্বীজয় সিং নামৰ সংস্কাৰহীন নেতাজনে অসম সম্পৰ্কত কেতবোৰ অপমানসূচক মন্তব্য আগবঢ়াই থৈছে।অসম আৰু অসমীয়াৰ স্বাভিমান ভূপেন হাজৰিকাক ভাৰত ৰত্নৰ প্ৰসংগলৈ টানি …