Posts in category

স্বাস্থ্য বিজ্ঞান


পাতনি মেলিবলৈ বিশেষ নাই। আমাৰ জীৱনৰ প্ৰতিটো পৃষ্ঠা হল ৰোমাঞ্চকৰ। আমি সময়বোৰ অবাবত নষ্ট নকৰি আগুৱাব লাগিব ভৱিষ্যতৰ সপোন বাস্তৱায়িত কৰিবলৈ। মহামাৰী ঘোষণা হোৱাৰ দিনৰে পৰা কৰ’না ভাইৰাছক লৈ বহুত জল্পনা কল্পনা কৰিলো। বহুত কথা শিকিলো। ৰাইজক  সজাগ কৰাৰ উদ্দেশ্যেৰে আমি সামাজিক মাধ্যমত ভূমুকি মাৰিলো। সকলোৰে হয়তো এই মহামাৰীৰ দিনবোৰ বাৰুকৈয়ে মনত থাকিব। নৱেম্বৰ, ২০১৯ …