Posts in category
স্মৰণ

“আকৌ নতুন প্ৰভাত হব”: জনতাৰ শিল্পী প্ৰয়াত জয়ন্ত হাজৰিকাৰ ৭৭ সংখ্যক জন্মদিনৰ সোঁৱৰণ
“আকৌ নতুন প্ৰভাত হ’ব/ কালৰাত্ৰি-এ নাথাকিব/ নিউ নিউ কৰা ফেঁচাৰ চিঞৰ/ শিয়ালৰ ৰাৱ আঁতৰিব“ যথাৰ্থতেই মানুহৰ শিল্পী, জনতাৰ শিল্পী প্ৰয়াত জয়ন্ত হাজৰিকা উভতি নহাৰ বাটেৰে, উলতি নহাৰ প্ৰতিশ্ৰুতিৰে আমাৰ মাজৰ পৰা আঁতৰি গ’ল যদিও তেওঁৰ অনন্য কৰ্মজীৱনেৰে দি থৈ গ’ল অনন্য উদাহৰণ৷ আহিম বুলি আহিন আহিলেই৷ আহিনৰ সুগন্ধিয়ে আমোলমোলাই চৌদিশ ৰজনজনাই যোৱাৰ লগে লগে আমাৰ মনলৈ …

ৰাভা জেঠালৈ মনত পৰে, চকুলাে সৰে…
চন, তাৰিখ, বোৰ মোৰ একো মনত নাই। কেৱল মনত পৰে মই তেতিয়া এজনী সৰু ছােৱালী।মা ঢুকাইছে। জেঠীমায়ে আমাৰ ঘৰত থাকি আমাক দুই ভনীক চোৱা-চিতা কৰে। এদিন ৰাতি আঠ মান বজাত হঠাৎ টোপনিৰ পৰা সাৰ পালােঁ।বাহিৰৰ চোতালত বহুতাে মানুহৰ হাই উৰুমি, কথা-বতৰা। বিচনাৰ পৰা উঠি চোতাললৈ গৈ দেখিলাে চোতালৰ মাজত এজন ওখ, শকত-আৱত মানুহ চকীত …