Posts in category

ৰশ্মিৰেখাৰ কলম


নিৰ্বাচন আৰু কিছু বিক্ষিপ্ত চিন্তা

Read More

দেশত এতিয়া নিৰ্বাচনৰ বতৰ৷ ৰাজনৈতিক দল সমূহে আগন্তুক নিৰ্বাচনৰ কাৰণে নিজকে সাঁজু কৰি তুলিছেু৷ অসংখ্য প্ৰতিশ্ৰুতিৰে তেওঁলোক ভোটাৰৰ ওচৰ চাপিবলৈ যত্ন কৰিছে৷ বিভিন্ন দলৰ বিভিন্ন প্ৰতিশ্ৰুতিৰ বন্যা৷ শুনিলে এনে লাগে যেন তেওঁলোক জয়ী হ’লে অসমৰ কোনো সমস্যাই নাথাকিব৷ সকলো সমস্যাই নিৰ্মূল হৈ যাব৷ উন্নতিৰ সকলো জখলা পাৰ হৈ বিশ্বত অসম জিলিকি উঠিব ‘সোণৰ অসম’ হৈ৷ …

170