Posts in category

ৰাজনৈতিক


চৰকাৰ, সংবাদমাধ্যম নে পাব্‌-জি গেম?

Read More

হিন্দুত্ব আৰু হিন্দুৰ সংকট

Read More

  যোৱা কিছুদিনৰ পৰা আমাৰ দৈনন্দিন সময়খিনিক এক শ্বাসৰূদ্ধকাৰী হিচাপে ঘোষণা কৰাৰ প্ৰচেষ্টা এটা চলাই থকা হৈছে।কথাতে কয় বোলে শত্ৰুৱেও সেই শিক্ষা নাপাওক, যি শিক্ষা পাকিস্তানে পাওক। শত্ৰুতাৰ যদি চৰম উদাহৰণ দিবলৈ হয়, সেয়া ভাৰত-পাকিস্তান। চিৰবৈৰী পাকিস্তান।এখোপ আগুৱাই গৈ কোনো-কোনোৰ মতে পাকিস্তান মানে মুছলমান আৰু মুছলমানেই শত্ৰু। এই সাম্প্ৰদায়িক চৰকাৰৰ দিনত এই বাৰ্তা বিয়পি যোৱাটো …

হিন্দুত্ব, হিন্দু-ৰাষ্ট্ৰ আদি ধৰণৰ কথাবোৰ আপোনালোকে আজিকালি সঘনাই শুনিবলৈ পায়, নহয়নে? “হিন্দু খাতৰে মে হ্যায় (অৰ্থাৎ, হিন্দুসকললৈ সংকট আহিছে)”-ধৰণৰ শ্লোগানো আপোনালোকে নিশ্চয় আৰ এছ এছ বা বিজেপিৰ নেতাৰ মুখত শুনি আহিছে ৷ হিন্দুত্ব নো কি, হিন্দুসকললৈ বা হিন্দু ধৰ্মলৈ সঁচাকৈয়ে বিপদ আহিছে নে, আহিছে যদি কাৰ পৰা আহিছে, ইত্যাদি কথাবোৰ আপোনাৰ জানিবৰ মন নাযায় নে …

সমগ্ৰ অসম উত্তাল নাগৰিকত্ব(সংশোধনী) বিধেয়কৰ বিৰোধিতাৰে৷ লোকসভাত বিধেয়কখন গৃহীত হোৱাৰ পিচতেই ক্ৰমাৎ উত্তাল হৈ পৰিছে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল৷ মহানগৰীৰ পৰা আৰম্ভ কৰি মফচললৈ নাগৰিক সমাজ, আছু, কৃষক মুক্তি, আদিকে ধৰি বহু দল-সংগঠনে আৰম্ভ কৰিছে আন্দোলনৰ কাৰ্যসূচী ৷ ৰাজ্যৰ কেইবাখনো বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী সমাজেও এই বিধেয়কৰ বিৰোধীতা কৰাৰ লগতে কেইবাখনো বিশ্ববিদ্যালয়, মহাবিদ্যালয়ৰ শিক্ষাৰ্থী সমাজে  ঘোষণা কৰিছে অনিৰ্দিষ্টকাললৈ …

“ন’লেজ ইজ পাৱাৰ”- জ্ঞানেই শক্তি৷ সঁচা কথা৷ এই শক্তিৰে আপুনি ভাল কামো কৰিব পাৰে, বেয়াও কৰিব পাৰে৷ ভাল কাম কৰিলে আপোনাৰ সেই জ্ঞান সমাজৰ বাবে আশীৰ্বাদ আৰু বেয়া কৰিলে অভিশাপ হ’ব৷ পিছে আপুনি আপোনাৰ জ্ঞানেৰে ভাল কৰিব নে বেয়া কৰিব সেই নিৰ্দেশ আপোনাক কোনেনো দিব? এইটো এটা জটিল প্ৰশ্ন৷ ইয়াৰ সুস্পষ্ট উত্তৰ বোধহয় পাবলৈ নাই৷ …