Posts in tag

Assam Sahitya Sabha


অচম চাহিত্য চাফা

Read More

বহু আশা বুকুত বান্ধি গুদু আৰু মনু ঘৰৰ কাষতে হোৱা চাহিত্য চভাৰ অধিৱেশনলৈ গ’ল। সন্ধিয়া ক্লান্ত হৈ ঘৰলৈ ঘূৰি আহোঁতে বাটতে লগ পালো দুইটাকে। ক’লৈ গৈছিলি সুধিলত উত্তৰ দিলে ‘চাহিত্য চভা’ চাবলৈ গৈছিলো। মই বোলো বিচাৰি পালি নে ‘চাহিত্য’? ‘নাপালো দাদা’ বুলি দুখ মনেৰে উত্তৰ দিলে। হয়ো পিছে, সিহঁত সৰু ল’ৰা, নিমাখিত ল’ৰা। ভাবিছিলে সাহিত্য …

0 325